Baahi by xomoy

Rename playlist

Enter new name

Maku 2023, Listen the songs of  Maku 2023, Play the songs of Maku 2023, Download the songs of Maku 2023

Maku 2023

Copyright © MD Production

Similar Songs

About song

Artists :Mon Manashi,MD Production
Genre :Bihu
228 Plays
Music: MD Production
Tune: Prasanna Parash
Lyricist: Mantu Das
Composition: Mantu Das
Copyright © MD Production

Lyrics

মাকো মাৰি মাৰি
তাতেনো বৈ আছিলোঁ
অ সোনকণ
তোৰে কথা ভাবি লৈ
চকুৰ টিপে মাৰি
তোকেনো মই মাতিলোঁ
অ সোনকণ
মোৰেনো ঐ কাষলৈ X2

মাকো মাৰি থাকোঁতে
তোৰে কথা ভাবোঁতে X2
অ....সোনকণ
ঘনাইনো সুতা ছিঙে
ঘনাইনো সুতা ছিঙে
তাঁতৰ

পিৰিটি ঐ নামেৰে
তিনিটি ঐ আখৰে
গামোচাতে লিখিলোঁ
অ সোনকণ
মৰম তোমাৰ নামকে
মৰম তোমাৰ নামকে মই
--------অন্তৰা------
কেতেকী চৰাইয়ে কাটেনো
সৰু সুতা
মনেৰে মাজতে কিহৰে
গুনা গথা X2

সপোনৰ শালিকী চৰাইয়ে
আহে মোলে কাষলে
দিলেহি বতৰা তোক
(মাকো মাৰি থাকোঁতে
তোৰে কথা ভাবোঁতে) X2
অ....সোনকণ
ঘনাইনো সুতা ছিঙে
ঘনাইনো সুতা ছিঙে
তাঁতৰ
--------অন্তৰা------
ঢোলৰ মাতত
অ সোনকণ
পেপাৰ মাতত
অ সোনকণ
তাঁতৰ মাকো
অ সোনকণ
পিচলি পৰে

তোৰে কথা
চেনাই ধন
ভাবি ভাবি
চেনাই ধন
বুকুতে মোৰ
চেনাই ধন
গাজনী মাৰে
তোৰে কথা ভাবোঁতে
তোকেনো চাই থাকোঁতে
অ....সোনকণ
ঘনাইনো সুতা ছিঙে
ঘনাইনো সুতা ছিঙে
তাঁতৰ
ঘনাইনো সুতা ছিঙে
ঘনাইনো সুতা ছিঙে
তাঁতৰ